Socialঅসম

বিধানসভাৰ চৌহদত অঘটন, ফটো ছেচনৰ পূৰ্বে হঠাৎ ঢলি পৰিল বিধায়ক ফণীধৰ তালুকদাৰ

ততাতৈয়াকৈ GNRC হাস্পতালত ভৰ্তি কৰোৱা হয় অসুস্থ বিধায়ক ফণীধৰ তালুকদাৰক

বিধানসভাৰ চৌহদত হঠাৎ অসুস্থ ভবানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ। বিধানসভাৰ কাৰ্যসূচী চলি থকাৰ মাজতে অসুস্থ হৈ পৰে  বিধায়কগৰাকী।

বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনটোত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ সৈতে ফটো ছেচনৰ পূৰ্বে হঠাৎ ঢলি পৰে বিধায়কগৰাকী। ততাতৈয়াকৈ GNRC হাস্পতালত ভৰ্তি কৰোৱা হয় অসুস্থ বিধায়কগৰাকীক।

বৰ্তমান সুস্থ হৈ উঠিছে বিধায়ক ফণীধৰ তালুকদাৰ। আচলতে, শৰীৰত চুগাৰৰ পৰিমাণ কমি যোৱাৰ বাবেই অসুস্থ হৈ পৰে বিধায়গৰাকী।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.