AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ভাৰতত মল্লযুঁজ পৰিচালনাৰ অস্থায়ী দায়িত্ব ভাৰতীয় অলিম্পিক সংস্থাক, অলিম্পিক সংস্থালৈ এই সন্দৰ্ভত ক্ৰীড়া মন্ত্ৰণালয়ে প্ৰেৰণ কৰিছে বিশেষ পত্ৰ….

ভাৰতত মল্লযুঁজ পৰিচালনাৰ অস্থায়ী দায়িত্ব ভাৰতীয় অলিম্পিক সংস্থাক।

এক বিতৰ্কিত পৰিস্থিতিত ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনক নিলম্বন কৰাৰ পিছত ভাৰতীয় অলিম্পিক সংস্থাক দায়িত্ব অৰ্পন কেন্দ্ৰীয় চৰকাৰৰ।

অলিম্পিক সংস্থালৈ এই সন্দৰ্ভত ক্ৰীড়া মন্ত্ৰণালয়ে প্ৰেৰণ কৰিছে বিশেষ পত্ৰ।

এই পত্ৰযোগে WFIৰ কামকাজ অস্থায়ী ভাৱে পৰিচালনা কৰিবলৈ ভাৰতীয় অলিম্পিক সংস্থাক দায়িত্ব দিয়া হৈছে।

এই ক্ষেত্ৰত এখন অস্থায়ী কমিটি গঠন কৰিবলৈকো পত্ৰযোগে অলিম্পিক সংস্থাক নিৰ্দেশ দিছে কেন্দ্ৰীয় মন্ত্ৰণালয়ে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + nineteen =

Check Also
Close
Back to top button