AssamCity newsEducationpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অনিৰ্দিষ্টকাললৈ স্থগিত কটন বিশ্ববিদ্যালয়ৰ ভোটগণনা…. ভোটগণনাৰ ক্ষেত্ৰত কৰ্তৃপক্ষই বিচাৰিলে ন্যায়ালয়ৰ পৰামৰ্শ…..

অনিৰ্দিষ্টকাললৈ স্থগিত কটন বিশ্ববিদ্যালয়ৰ ভোটগণনা

ভোটগণনাৰ ক্ষেত্ৰত কৰ্তৃপক্ষই বিচাৰিলে ন্যায়ালয়ৰ পৰামৰ্শ

ন্যায়ালয়ৰ পৰামৰ্শলৈ বাটচাইছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই

ন্যায়ালয়ৰ পৰামৰ্শ অবিহনে অনুষ্ঠিত নহয় নতুন ছাত্ৰ একতা সভাৰ শপত গ্ৰহণ

সাধাৰণ সম্পাদক পদৰ বাবে পুনৰ হোৱাৰ কথা আছিল ভোটগণনা

এটা ভোটত পৰাস্ত হৈছিল কুলদ্বীপ গৌতম শৰ্মা

এটা ভোটত জয়ী হৈছিল নীৰৱ হাজৰিকা

কুলদ্বীপৰ সমৰ্থকে দাবী কৰিছিল পুনৰ ভোট গণনাৰ

শুকুৰবাৰে ঘোষণা কৰা হৈছিল নিৰ্বাচনী ফলাফল

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.