Assamassam policeCity newsCrimescamঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

প্ৰসংগঃ APSC কেলেংকাৰী, SITয়ে তলৱ কৰিছে দুই APS বিষয়া স্বৰূপ ভট্টাচাৰ্য আৰু ৰুমীৰ তিমুংপীক তলৱক…..

প্ৰসংগঃ APSC কেলেংকাৰী

১৮ ডিচেম্বৰত তলৱ আৰু দুজনক

sitয়ে তলৱ কৰিছে দুই APS বিষয়াক

স্বৰূপ ভট্টাচাৰ্য, ৰুমীৰ তিমুংপীক তলৱ

ৰুমিৰ তিমুংপী DGP কাৰ্যালয়ত কৰ্মৰত

APSCৰ মূল পৰীক্ষাত অনুত্তীৰ্ণ আছিল ৰুমীৰ

তৎস্বত্তেও লাভ কৰিছিল ৰাজপত্ৰিত বিষয়াৰ চাকৰি

স্বৰূপ ভট্টাচাৰ্য ২০১৩ বৰ্ষৰ APSC পৰীক্ষাত উত্তীৰ্ণ

APSৰ তালিকাত লাভ কৰিছিল প্ৰথম স্থান

সাক্ষাতকাৰত ২০০ৰ ভিতৰত পাইছিল ১৯০ নম্বৰ

প্ৰথম স্থানত বাছনি লাভ কৰিও স্বৰূপ ভট্টাচাৰ্যই ২০১৩ বৰ্ষত যোগদান কৰা নাছিল চাকৰিত। জালিয়তি ধৰা পৰাৰ আশংকাতে চাকৰিত যোগদান কৰা নাছিল বুলি প্ৰকাশ এটা সূত্ৰত। স্বৰূপ ভট্টাচাৰ্য আৰু ৰুমীৰ তিমুংপীক ১৮ ডিচেম্বৰত sitৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশনা জাৰি কৰা হৈছে। অৱশ্যে ব্যক্তিগত কাৰণ দেখুৱাই অন্য এটা দিন বিচাৰিছে ভট্টাচাৰ্যই।

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.