politicalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিকৰাজস্থান

আজি ৰাজস্থানত নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ, শপত গ্ৰহণ কৰিব ভজন লাল শৰ্মাই…..

আজি ৰাজস্থানত নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ

শপত গ্ৰহণ কৰিব ভজন লাল শৰ্মাই

শপত ল’ব দুগৰাকী উপ-মুখ্যমন্ত্ৰীয়েও

ৰাজ্যপাল কালৰাজ মিশ্ৰই পাঠ কৰাব শপতবাক্য

অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিজেপিৰ কেইবাজনো শীৰ্ষ নেতায়ো অংশ ল’ব অনুষ্ঠানত

অংশ ল’ব বিজেপিশাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে

 

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.