AssamCMO AssamElectionleatest updatepoliticalRegional

বিহুৰ আনন্দ-উল্লাসৰ মাজতে ভোটাৰৰ চোতালে চোতালে ভোট ভিক্ষা শাসক-বিৰোধীৰ

পঞ্চায়ত নিৰ্বাচনতো ৰাজ্যৰ আকাশত উৰিব হেলিকপ্টাৰ।

বিহুৰ আনন্দ-উল্লাসৰ মাজতে তুংগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান। নিজ নিজ সমৰ্থিত প্ৰাৰ্থীক লৈ গাঁৱে গাঁৱে চলিছে প্ৰচাৰ। ভোটাৰৰ চোতালে চোতালে গৈ ভোট ভিক্ষা শাসক-বিৰোধীৰ।

২  মে’ত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। পঞ্চায়ত নিৰ্বাচনতো ৰাজ্যৰ আকাশত উৰিব হেলিকপ্টাৰ। খানাপাৰাত সাজু কৰি ৰখা হৈছে দুখনকৈ হেলিকপ্টাৰ। হেলিকপ্টাৰেৰে ভাৰতীয় জনতা পাৰ্টিয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান।

মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ প্ৰচাৰ অভিযান। হেলিকপ্টাৰেৰে প্ৰচাৰ অভিযান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইৰো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 11 =

Back to top button