জীৱনশৈলী

অসমৰ ত্ৰিবেণী হ’ব বহু যুৱতীৰ ক্ৰাছ কৰিঅ’গ্ৰাফাৰ তুষাৰ কালিয়াৰ পত্নী…

দেওবাৰে ইনষ্টাগ্ৰামযোগে কৰিঅ'গ্ৰাফাৰগৰাকীয়ে ঘোষণা কৰে এই কথা। মাংগলিক কাৰ্যৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে তুষাৰ কালিয়াই। তেওঁ লিখিছে,'নতুন শুভাৰম্ভণিৰ দিশে, আমাক আপোনালোকৰ মৰম আৰু আশীৰ্বাদ যাচিব'।

অনুৰাগীৰ মাজত চৰ্চাত জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ তুষাৰ কালিয়া। কিয়নো বহু যুৱতীৰ হৃদয় ভাঙি বিবাহপাশত আৱদ্ধ হ’বলৈ ওলাইছে কৰিঅ’গ্ৰাফাৰ তুষাৰ কালিয়া।

 

 

প্ৰেমিকা ত্ৰিবেণী বৰ্মণৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিবলৈ আগবাঢ়িছে তুষাৰ। দেওবাৰে ইনষ্টাগ্ৰামযোগে কৰিঅ’গ্ৰাফাৰগৰাকীয়ে ঘোষণা কৰে এই কথা। মাংগলিক কাৰ্যৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে তুষাৰ কালিয়াই। তেওঁ লিখিছে,’নতুন শুভাৰম্ভণিৰ দিশে, আমাক আপোনালোকৰ মৰম আৰু আশীৰ্বাদ যাচিব’।

 

উল্লেখ্য যে, চলিত বৰ্ষৰ প্ৰথম ভাগতে ত্ৰিবেণী আৰু তুষাৰৰ সম্পৰ্কৰ কথা পোহৰলৈ আহিছিল। পেছাত ত্ৰিবেণী বৰ্মন হৈছে এগৰাকী মডেল। দেওবাৰে, তুষাৰে অনুৰাগীক এই শুভ বাৰ্তা দিয়াৰ পাছতেই এতিয়া সকলোৱে শুভকামনাৰে ওপচাই পেলাইছে তুষাৰ-ত্ৰিবেণীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.