অসমআঞ্চলিকদৈনিক বাতৰি

চাপৰৰ আয়েৰাৰঝাৰ বনাঞ্চলত বন ধ্বংসযজ্ঞ, বন মাফিয়া-বন বিভাগৰ মিতিৰালিৰ অভিযোগ

চাপৰৰ আয়েৰাৰঝাৰ বনাঞ্চলত বন ধ্বংসযজ্ঞ

চাপৰৰ আয়েৰাৰঝাৰ বনাঞ্চলত বন ধ্বংসযজ্ঞ। নিতৌ বনাঞ্চলখনত বন মাফিয়াৰ ধ্বংস অভিযান। বন মাফিয়া-বন বিভাগৰ মিতিৰালিৰ অভিযোগ।

চাপৰৰ আৰেয়াৰঝাৰৰ সংৰক্ষিত বনাঞ্চলত বন ধ্বংসৰ প্ৰতিযোগিতা। নিশা দুৰ্বৃত্তই কাটি লৈ গ’ল প্ৰায় ১০ জোপাকৈ শালগছ। নিতৌ বনাঞ্চলখনত চলিছে বন মাফিয়াৰ  বন ধ্বংস অভিযান। ভয়ংকৰ কথাটো হ’ল বন বিভাগৰ ছত্ৰছায়াতে এই বন ধ্বংসযজ্ঞৰ অভিযোগ। নিৰ্বিকাৰ ৰূপত স্বয়ং বন বিভাগ। বীট অফিচৰ নিচেই কাষতে এই ঘটনা সংঘটিত হোৱাৰ পিছতো বন বিভাগে লোৱা নাই কোনো ব্যৱস্থা। বন বিভাগৰ বিৰুদ্ধে এই অভিযোগ আক্ৰাছুৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.