অপৰাধঅৰ্থনৈতিকঅসম

পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমৰ বাসগৃহত CBI ৰ তালাচী

কাৰ্তি চিদাম্বৰমৰ ৯ স্থানত CBI ৰ অভিযান

◾পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমৰ বাসগৃহত CBI ৰ তালাচী

◾কাৰ্তি চিদাম্বৰমৰ ৯ স্থানত CBI ৰ অভিযান

◾২৫০ চীনৰ নাগৰিকক ভিজা প্ৰদানৰ গুৰুতৰ অভিযোগ

◾ভিজা প্ৰদানৰ নামত ধন সংগ্ৰহৰো গুৰুতৰ অভিযোগ

◾নতুন গোচৰৰ আধাৰত CBI ৰ এই অভিযান

◾তামিলনাডু, মুম্বাই, পঞ্জাৱ, কৰ্ণাটক, ওৰিষ্যাত CBI ৰ তালাচী

◾দিল্লীত পি চিদাম্বৰমৰ বাসগৃহতো তালাচী

◾পুৱা ৮ বজাই পৰাই এই অভিযান চলাইছে CBI য়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + ten =

Back to top button