খাদ্যস্বাস্থ্য

ক’লা বিলাহী দেখিছেনে কেতিয়াবা? বজাৰলৈ আহিছে ‘ব্লেক টমেটোচ’! এইবিধ বিলাহীৰ বিশেষ গুণ জানি আচৰিত হ’ব আপুনি…

বজাৰলৈ নতুনকৈ আহিছে ‘ব্লেক টমেটোচ’, যাক ইণ্ডিগো ৰোজ টমেটো বুলিও জনা যায়৷ এইবিধ হ'ল ক’লা বিলাহী

আপোনাৰ খাদ্যৰ তালিকাত নিশ্চয় বিলাহী অন্তৰ্ভুক্ত হয়। কিন্ত ৰঙা আৰু সেুজীয়া বিলাহীৰ বাহিৰে বেলেগ ৰঙৰ বিলাহী দেখিছেনে কেতিয়াবা?

বজাৰলৈ নতুনকৈ আহিছে ‘ব্লেক টমেটোচ’, যাক ইণ্ডিগো ৰোজ টমেটো বুলিও জনা যায়৷ এইবিধ হ’ল ক’লা বিলাহী। শেহতীয়াকৈ বজাৰত অহা ছুপাৰফুডত অন্তৰ্ভুক্ত হৈছে এই ক’লা বিলাহী। সাধাৰণ ৰঙা বিলাহীৰ সোৱাদ টেঙা কিন্তু ক’লা বিলাহীৰ সোৱাদ নিমখীয়া।

ক'লা বিলাহী দেখিছেনে কেতিয়াবা? বজাৰলৈ আহিছে ‘ব্লেক টমেটোচ’! এইবিধ বিলাহীৰ বিশেষ গুণ জানি আচৰিত হ'ব আপুনি...

‘ব্লেক টমেটোচ’ দেখিবলৈ যেনেদৰে বিশেষ। ইয়াৰ গুণো বিশেষ…

🍅ক’লা বিলাহী কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক।

🍅আৰ্থ্ৰাইটিছৰ বাবে এক ভাল খাদ্য ক’লা বিলাহী৷

🍅ক’লা বিলাহী ভিটামিন এ আৰু চিৰ এক সমৃদ্ধ উৎস

🍅বেয়া কলেষ্টেৰল হ্ৰাস কৰি ভাল কলেষ্টেৰল বৃদ্ধি কৰাত সহায় কৰে ক’লা বিলাহীয়ে।

🍅ইয়াৰ উপৰি বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া লেহেম কৰাত সহায় কৰিব পাৰে এইবিধ বিলাহীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button