আন্তঃৰাষ্ট্ৰীয়ভাৰত

ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ আজি দ্বাদশ দিন, ৪খন চহৰত সাময়িক যুদ্ধ বিৰতি ঘোষণা ৰাছিয়াৰ!

আৱদ্ধ লোকক উদ্ধাৰৰ বাবে সাময়িক যুদ্ধ বিৰতি ঘোষণা

◾ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ আজি দ্বাদশ দিন

◾পুনৰ সাময়িক যুদ্ধ বিৰতি ঘোষণা ৰাছিয়াৰ

◾ইউক্ৰেইনৰ ৪খন চহৰত সাময়িক যুদ্ধ বিৰতি ঘোষণা

◾কীয়েভ, চুমী, খাৰকীভ, মাৰি অ’প’লত সাময়িক যুদ্ধ বিৰতি

◾আৱদ্ধ লোকক উদ্ধাৰৰ বাবে সাময়িক যুদ্ধ বিৰতি ঘোষণা

◾ভাৰতীয় সময়মতে দুপৰীয়া ১২.৩০ বজাৰ পৰা যুদ্ধ বিৰতি

◾ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ ইমানুৱেল মেক্ৰনৰ অনুৰোধত এইসিদ্ধান্ত

◾ৰাছিয়া-ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰে বাৰ্তালাপ কৰিব PM মোদীয়ে

◾জেলেনস্কিৰে বাৰ্তালাপ কৰাৰ পাছতে পুটিনেৰেও কৰিব বাৰ্তালাপ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + three =

Back to top button