অসমগুৱাহাটীদৈনিক বাতৰিভাৰতশিক্ষা

উচ্চতৰ মাধ্যমিক পৰীক্ষাত মেধাৰ পৰিচয় দাঙি ধৰিলে শাৰীৰিক বিশেষভাৱে সক্ষম বিকি ৰজকে

শাৰীৰিক বাধাক প্ৰত্যাহ্বান হিচাবে লৈ কঠোৰ সাধনাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দুটা বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল বিকি ৰজক ৷

উচ্চতৰ মাধ্যমিক পৰীক্ষাত মেধাৰ পৰিচয় দাঙি ধৰিলে শাৰীৰিক বিশেষভাৱে সক্ষম বিকি ৰজকে ৷

শাৰীৰিক বাধাক প্ৰত্যাহ্বান হিচাবে লৈ কঠোৰ সাধনাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দুটা বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল বিকি ৰজক ৷

কাজিৰঙাৰ এগৰাকী সাংবাদিকৰ পুত্ৰ বিকিৰ সফলতাত আনন্দিত পৰিয়ালৰ লোকৰ লগতে কাজিৰঙা বাসী ৷

উল্লেখযোগ্য যে কিছু দিনৰ পূৰ্বে ফলাফল প্ৰকাশ পোৱা চৰকাৰৰ নিযুক্তিৰ পৰীক্ষাতো বিকিয়ে সফলতা লাভ কৰি নিযুক্তি লাভ কৰিছে শিক্ষা বিভাগত ৷

ইফালে বিকি ৰজকৰ ভাতৃ ৰবি ৰজকেও সুখ্যাতীৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে কাজিৰঙালৈ ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + twenty =

Back to top button