Assamleatest updateSocial

বন্ধ হৈ থকা মাধৱদেৱ বঁটা পুনৰ প্ৰচলনৰ দাবী ভূপেন বৰাৰ।

বিগত ৭ বছৰে বন্ধ হৈ আছে মাধৱদেৱ বঁটা প্ৰদান।

বিগত ৭ বছৰে বন্ধ হৈ আছে মাধৱদেৱ বঁটা প্ৰদান। বন্ধ হৈ থকা মাধৱদেৱ বঁটা পুনৰ প্ৰচলনৰ দাবী ভূপেন বৰাৰ।
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে চৰকাৰীকৰণ কৰিছিল এই বঁটা। ডিব্ৰুগড়ত এক সংবাদমেলযোগে এই দাবী উত্থাপন কৰে APCCৰ সভাপতি ভূপেন বৰাই।

বাগানে বাগানে হোৱা কংগ্ৰেছৰ কাৰ্যসূচীক লৈও মন্তব্য বৰাৰ। এই কাৰ্যসূচীক বিজেপিয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে বৰাই। ‘বাগানত ভোট বিচাৰি যোৱা নাই, সমস্যা চাবলৈহে গৈছো’। বিভিন্ন আঁচনি সন্দৰ্ভত বিজেপি চৰকাৰক সমালোচনা। ‘বিজেপিৰ উজ্বলা আঁচনি এতিয়া নজ্বলা আঁচনি হ’ল’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.