অপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতমেঘালয়ৰাজনৈতিক

মেঘালয়া সচিবালয়ৰ সন্মুখত হিংসাত্মক প্ৰতিবাদ, হানিউট্ৰিপ সংগঠনৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি

মেঘালয়া সচিবালয়ৰ সন্মুখত হিংসাত্মক প্ৰতিবাদ

হানিউট্ৰিপ সংগঠনৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি

আৰক্ষীক লক্ষ্য কৰি শিলগুটি, পেট্ৰ’ল বোমা নিক্ষেপ

প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ লাঠীচালনা, কন্দুৱা গেছ

আৰক্ষীয়ে আটক কৰিছে বহুকেইজন উগ্ৰ প্ৰতিবাদকাৰীক

আৰক্ষী থানালৈ মাতি পঠিয়াইছিল সংগঠনটোৰ নেতৃত্বক

থানাৰ পৰা ওলায়েই প্ৰতিবাদৰ পৰিকল্পনা সংগঠনটোৰ

ভাৰতীয় দণ্ডবিধি আইনৰ অপব্যৱহাৰৰ অভিযোগ সংগঠনটোৰ

প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰোঁতে সৃষ্টি হয় সংঘৰ্ষৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.