SocialSocial Networkঅপৰাধআন্তঃৰাষ্ট্ৰীয়

৪ আফগান কামাণ্ডাৰক মৃত্যুদণ্ড তালিবানৰ

কাবুলৰ কাষতে জলালাবাদত সাধাৰণ জনতাই উৰুৱালে আফগান পতাকা

আফগানিস্তান সেনাৰ ৪ কামাণ্ডাৰক মৃত্যুদণ্ড তালিবানৰ। জলালাবাদত জনতালৈ নিৰ্বিচাৰ গুলীচালনা কৰাত অধিক উত্তপ্ত হৈ পৰে আফগানিস্তানৰ পৰিস্থিতি। গুলীচালনাত নিহত নাগৰিক।

তালিবানীৰ শাসনমন্ত্ৰৰ মাজতে অঘটন। কাবুলৰ কাষতে জলালাবাদত সাধাৰণ জনতাই উৰুৱালে আফগান পতাকা। কাবুলৰ পৰা ৮০ কিলোমিটাৰ দূৰত্বত অৱস্থিত জলালাবাদ।

এই কাৰ্যত অংশ লোৱা জনতালৈ লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা তালিবানীৰ। তালিবানীৰ গুলীত নিহত তিনিগৰাকী নাগৰিক। ৪ আফগান সেনা কামাণ্ডাৰক মৃত্যুদণ্ড তালিবানীৰ। ১৫ আগষ্টত আত্মসমৰ্পন কৰিছিল কামাণ্ডাৰ কেইজনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.