Assamঅসমআঞ্চলিকদৈনিক বাতৰি

বৰমা দলবাৰীত উত্তপ্ত পৰিস্থিতি, ৰাজপথলৈ ওলাই আহিল ৩ শতাধিক বঞ্চিত ছাত্ৰ-ছাত্ৰী..

বৰমা দলবাৰীত উত্তপ্ত পৰিস্থিতি, ৰাজপথলৈ ওলাই আহিল ৩ শতাধিক বঞ্চিত ছাত্ৰ-ছাত্ৰী..

বৰমা দলবাৰীত উত্তপ্ত পৰিস্থিতি

একালব্য মডেল ৰেছিডেঞ্চিয়েল স্কুলত এই ঘটনা

বহুদিন ধৰি বিদ্যালয়খনত পাঠদানৰ পৰা বঞ্চিত শিক্ষাৰ্থী

ৰাজপথলৈ ওলাই আহিল ৩ শতাধিক বঞ্চিত ছাত্ৰ-ছাত্ৰী

শিক্ষকৰ অনুপস্থিতিৰ বাবেই ৰাজপথত প্ৰতিবাদ শিক্ষাৰ্থীৰ

উল্লেখ্য যে পূৰ্বে চলাই থকা বড়োলেণ্ড মডেল এডুকেশ্বনেল চ’চাইটিৰ পৰা বিটিচি কৰ্তৃপক্ষই ১৪ জুলাইৰ পৰা চমজি লৈছিল বিদ্যালয়খন। তাৰ পিছৰে পৰা ২০ আগষ্টলৈ বিদ্যালয়খন বন্ধ ৰাখিছিল। ২১ আগষ্টৰ পৰা সম্পূৰ্ণ ক্লাছ নোহোৱাত আজি উত্তেজিত হৈ পৰে ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহি প্ৰতিবাদ মুখৰ হৈ পৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.