অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সোণতলি আৰক্ষীৰ থানাৰ ICৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, গোচৰ দিবলৈ যোৱা মহিলাক যৌন নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ

সোণতলি আৰক্ষীৰ থানাৰ ICৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

মহিলাক যৌন নিৰ্যাতনৰ অভিযোগ IC টিংকু গোস্বামীৰ বিৰুদ্ধে

গোচৰ দিবলৈ যোৱা মহিলাক যৌন নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ

IC টিংকু গোস্বামীৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ মাৰ্জিনা খাতুনৰ

থানাত CCTV নথকাৰ সুযোগতেই মহিলাগৰাকীক নিৰ্যাতনৰ অপচেষ্টা

ঘটনা সন্দৰ্ভত মহিলাগৰাকী কাষ চাপিছিল SPৰ

SPয়ে ঘটনাৰ তদন্ত আধাতে সামৰি দিয়াৰ অভিযোগ মহিলাগৰাকীৰ

ঘটনাৰ উচিত তদন্ত বিচাৰি পাণবজাৰ মহিলা আৰক্ষী থানাত ভুক্তভোগী

পাণবজাৰ আৰক্ষী থানাই গোচৰ ৰুজু নকৰা বুলি মন্তব্য ভুক্তভোগীৰ

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.