অসমধৰ্মীয়ধাৰ্মিকভাৰতমনোৰঞ্জন

মহাশিৱৰাত্ৰিত মুকলি হ’ল অসমৰ সবাতোকৈ উচ্চতাৰ শিৱ মূৰ্তি

অসমৰ নলবাৰীত মুকলি হ’ল ভাৰতৰ সবাতোকৈ উচ্চতাৰ শিৱ মূৰ্তি

আজি মহা শিৱৰাত্রি। নলবাৰীত মুকলি হ’ল অসমৰ ভিতৰতে সবাতোকৈ উচ্চতাৰ শিৱ মূৰ্তি। ৯১ ফুট ওখ এই শিৱ মূৰ্তিটো ভাৰতৰ ভিতৰতে ষষ্ঠতম উচ্চতাৰ মহাদেৱৰ মূৰ্তি। নলবাৰীৰ শ্ৰীশ্ৰী বাবা দুধনাথ খাৰঝাৰা আশ্ৰমৰ সমীপত এই শিৱ মূৰ্তিটো চিমেণ্ট আৰু শিলেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে।

জানিব পৰা মতে এই মূৰ্তিটো নিৰ্মাণ কৰোতে মুঠ ৩২ লাখ টকা ব্যয় হৈছে। এই খৰচ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়ে ব্যয় কৰে। অসমৰ আটাইতকৈ ওখ এই শিৱ মূৰ্তিটো খনিকৰ প্ৰদীপ পাল আৰু তেওঁৰ ২০ গৰাকী কৰ্মচাৰীৰ দ্বাৰা সাজি উলিওৱা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.