শ্ৰেণীবিহীন

আপোনাৰ Facebook প্ৰফাইল কোনোবাই সঘনে নজৰ ৰাখে নেকি?

ফেচবুকত বহুতেই আনৰ প্ৰফাইলত চকু ৰাখে। কিন্তু এই ক্ষেত্ৰত কোনো নটিফিকেচন ফেচবুকৰ পৰা পোৱা নাযায়।

আপোনাৰ Facebook প্ৰফাইল কোনোবাই সঘনে নজৰ ৰাখে নেকি?

প্ৰথমে ব্ৰাউজাৰত গৈ আপোনাৰ ফেচবুক প্ৰফাইলত লগইন কৰক। তাৰ পিছত দেখিব বহু অপচন আছে।

আপোনাৰ Facebook প্ৰফাইল কোনোবাই সঘনে নজৰ ৰাখে নেকি?

ফেচবুকত বহুতেই আনৰ প্ৰফাইলত চকু ৰাখে। ঘনে ঘনে নজৰ ৰাখে আনৰ প্ৰফাইলত। কিন্তু এই ক্ষেত্ৰত কোনো নটিফিকেচন ফেচবুকৰ পৰা পোৱা নাযায়।

আপোনাৰ Facebook প্ৰফাইল কোনোবাই সঘনে নজৰ ৰাখে নেকি?

কিন্তু যদি আপুনি জানিব বিচাৰে, কোনে আপোনাৰ প্ৰফাইলত নজৰ ৰাখিছে, তেন্তে সেয়া সহজতে জানিব পাৰিব। ইয়াৰ বাবে আপোনাক লেপটপ বা ডেক্সটপ প্ৰয়োজন হ’ব।

আপোনাৰ Facebook প্ৰফাইল কোনোবাই সঘনে নজৰ ৰাখে নেকি?

প্ৰথমে ব্ৰাউজাৰত গৈ আপোনাৰ ফেচবুক প্ৰফাইলত লগইন কৰক। তাৰ পিছত দেখিব বহু অপচন আছে।

প্ৰফাইলত সোমাই ৰাইট ক্লিক কৰক। তাত তালিকাৰ পৰা View page Source অপচনত ক্লিক কৰক। CTRL+Uৰ জৰিয়তেও আপুনি সেই অপচন লাভ কৰিব।

ইয়াৰ পিছত আপুনি CTRL+Fৰ জৰিয়তে BUDDY_ID অনুসন্ধান কৰিব লাগিব। ইয়াৰ পিছত আপুনি তাৰ কাছত ১৫টা সংখ্যা পাব। সেইটো কপি কৰিব লাগিব।

কপি কৰাৰ পিছত সেই সংখ্যাটো  (https://www.facebook.com/) ৰ পিছত বহুৱাই দিয়ক। ইয়াৰ পিছত আপুনি দেখিবলৈ পাব আপোনাৰ প্ৰফাইল কোনে ভিজিট কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − three =

Back to top button