leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

নাতিয়েকৰ সফলতাত ক’কাকৰ চকুত আনন্দৰ চকুলো।

ঘোষিত হ'ল অসম আৰক্ষীৰ বন বিভাগৰ নিযুক্তি পৰীক্ষাৰ ফলাফল।

সকলো দুখীয়াৰে চকুত এতিয়া কেৱল আনন্দৰ চকুলো। ঘোষিত হ’ল অসম আৰক্ষীৰ বন বিভাগৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। নাতিয়েকৰ সফলতাত ক’কাৰ চকুত দেখা গ’ল চকুপানী। নাৰায়ণপুৰৰ আউনীবড়িৰ চন্দ্ৰ দুৱৰাই লাভ কৰিলে সদ্য ঘোষিত অসম আৰক্ষীৰ বন বিভাগৰ নিযুক্তি।

ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবেই পঞ্চম শ্ৰেণীৰ পৰাই দদায়েকৰ ঘৰত থাকি অধ্যয়ন কৰিছিল চন্দ্ৰই। অসম আৰক্ষীৰ বন বিভাগত নিযুক্তি লাভ কৰাৰ পিছতেই পৰিয়ালৰ লগতে আনন্দত আত্মহাৰা হৈ পৰিছে গাওঁবাসী। নাতিয়েকৰ সফলতাত আনন্দত চকুলো টুকিছে ক’কাকেও। কৈ গ’ল চন্দ্ৰৰ কঠোৰ জীৱন সংগ্ৰামৰ কথা। লগতে স্বচ্ছ আৰু নিকা নিযুক্তিৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে চন্দ্ৰৰ পিতৃ তুলাৰাম দুৱৰা আৰু দিপালী দুৱৰাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.