AssamCity newsCMO Assamঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

‘মামা আমাক এখন দলং লাগে’ ধ্বনিৰে প্ৰতিবাদ ডিব্ৰুগড়ৰ ভগামূৰ ৰাইজৰ…..

ডিব্ৰুগড়ৰ ভগামূৰত ৰাইজৰ প্ৰতিবাদ

বুঢ়ীদিহিঙৰ ওপৰত দলং নিৰ্মাণৰ দাবী প্ৰতিবাদী ৰাইজৰ

‘মামা আমাক এখন দলং লাগে’ ধ্বনি প্ৰতিবাদকাৰীৰ

এখন দলঙৰ অভাৱত দুৰ্ভোগ অঞ্চলবাসীৰ

প্ৰতিবাদত অংশগ্ৰহণ কণ কণ শিক্ষাৰ্থী, পুৰুষ-মহিলাৰ

উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ভগামূৰ, ভগামূৰ তিনিআলি, ভগামূৰ ব্লক গাঁ‌ও, আহোম গাঁ‌ও, ৰায় গাঁ‌ও, বালিগাঁ‌ওকে ধৰি প্ৰায় কুৰি খনৰো অধিক গাঁ‌ৱৰ ৰাইজৰ খোৱাঙৰ সৈতে যোগাযোগ স্থাপনৰ বাবে নাই কোনো পথ। প্ৰায় ২০ কিলোমিটাৰ পথ অতিক্ৰম কৰি খোৱাং মহাবিদ্যালয়, চিকিৎসালয় আৰু বজাৰ হাট কৰিবলৈ যাব লগা হয় ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে। খোৱাং আৰু ভগামূৰৰ মাজত হেঙাৰ হিচাপে আছে বুঢ়ীদিহিং নদী । যাৰ বাবে বুঢ়ীদিহিঙৰ ওপৰত এখন দলং প্ৰয়োজনবোধ কৰিছে ৰাইজে।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.