Assamassam policeleatest update

অসম আৰক্ষীৰ বাবে সুখবৰ!৮ বছৰৰ মূৰে মূৰে পদোন্নতি হ’ব কনিষ্টবলৰ

চাকৰি জীৱনত ৩ বাৰ পদোন্নতি হ’ব কনিষ্টবলৰ

দিছপুৰত সম্পন্ন ৰাজ্যিক কেবিনেটৰ বৈঠক
অসম আৰক্ষীৰ বাবে কেবিনেটৰ সুখবৰ
৮ বছৰৰ মূৰে মূৰে পদোন্নতি হ’ব কনিষ্টবলৰ
চাকৰি জীৱনত ৩ বাৰ পদোন্নতি হ’ব কনিষ্টবলৰ
আৰক্ষীৰ ৰেচনৰ ধন ২ হাজাৰৰ পৰা ২,৫০০লৈ বৃদ্ধি
২২৬ কোটি টকাৰে নিৰ্মাণ হ’ব ইউনিটী মল
মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ কাষত এই মল
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামৰ নতুন আঁচনি
১ লাখ যুৱক-যুৱতীলৈ ২ৰ পৰা ৫ লাখ টকালৈ ঋণ
BTRত অন্তৰ্ভুক্ত হ’ব ৪১খন গাঁও
৫খন পলিটেকনিকৰ প্ৰবক্তাৰ চাকৰি ম্যাদ বৃদ্ধি

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − thirteen =

Back to top button