অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অসম আন্দোলনৰ অগ্ৰণী নেতা প্ৰণৱজিৎ চলিহাৰ মৃত্যু, ৭৩ বছৰত শেষ নিশ্বাস ত্যাগ প্ৰবীন নেতাগৰাকীৰ

অসম আন্দোলনৰ অগ্ৰণী নেতা প্ৰণৱজিৎ চলিহাৰ মৃত্যু

ডিব্ৰুগড় AMCHত সংকটজনক অৱস্থাত আছিল নেতাগৰাকী

AMCHত ২.৪০ বজাত শেষ নিশ্বাস ত্যাগ প্ৰবীন নেতাগৰাকীৰ

এমাহ ধৰি AMCHৰ ICUত আছিল ৰমু চলিহা

হাওঁফাওৰ জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন আছিল চলিহা

সকলোৰে মাজত ৰমু চলিহা হিচাপে আছিল পৰিচিত

অসম আন্দোলন কৰি ১২৭ বাৰকৈ জে’ললৈ গৈছিল চলিহা

চলিহাৰ বিয়োগত শোকস্তব্ধ শিৱসাগৰবাসী

ৰমু চলিহাৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৩ বছৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.