Socialঅসমদৈনিক বাতৰি

৪৮ ঘন্টাৰ বাবে বন্ধ হ’ল অসম?

৪৮ ঘন্টাৰ বাবে চকাবন্ধ ঘোষণা কৰিলে অসম মটৰ শ্ৰমিক সংগঠনে।

সোমবাৰ আৰু মঙলবাৰে দুদিনীয়াকৈ অসমত চকা বন্ধৰ আহ্বান।

আজি আৰু কাইলৈ ৪৮ ঘন্টাৰ বাবে চকাবন্ধ ঘোষণা কৰিলে অসম মটৰ শ্ৰমিক সংগঠনে।

এই চকা বন্ধৰ বাবে বন্ধ হৈ পৰিছে ৰাজহুৱা বাহনসমূহ। ফলত ব্যাহত হৈ পৰিছে এতিয়া যাতায়াত ব্যৱস্থা। কেইবাঠাইতো বাছৰ অভাৱৰ ফলত যাত্ৰীসকল ষ্টপেজতে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰৈ থাকিবলগীয়া হৈছে।

মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চকাবন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিলক্ষিত হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.