অপৰাধঅসমদৈনিক বাতৰি

নদী বান্ধৰ বিৰোধী শ্লোগান লিখি গ্ৰেপ্তাৰ হ’ল চিত্ৰশিল্পী নীলিম মহন্ত

নদী বান্ধৰ সমৰ্থনত অংকন কৰা ছবিখনৰ তলত নদী বান্ধ বিৰোধী শ্লোগান লিখিছিল নীলিম মহন্তই। সেই অপৰাধতে গ্ৰেপ্তাৰ হয় শিল্পীজন

নদী বান্ধৰ বিৰোধী শ্লোগান লিখি গ্ৰেপ্তাৰ হ’ল চিত্ৰশিল্পী নীলিম মহন্ত।

নদী বান্ধৰ সমৰ্থনত অংকন কৰা ছবিখনৰ তলত নদী বান্ধ বিৰোধী শ্লোগান লিখিছিল নীলিম মহন্তই। সেই অপৰাধতে গ্ৰেপ্তাৰ হয় শিল্পীজন।

অৰুণাচল প্ৰদেশৰ ৫০ বছৰ পূৰ্তি স্মৰণীয় দেৱালত NO MORE DAMs লিখাৰ অভিযোগ উত্থাপন হৈছে নীলিম মহন্তৰ বিৰুদ্ধে।


অৰুণাচল আৰক্ষীয়ে অসম আৰক্ষীৰ সহযোগত লখিমপুৰৰ নিজ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে শিল্পী জনক।

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

18 + nine =

Back to top button