অপৰাধঅসমদৈনিক বাতৰি

নদী বান্ধৰ বিৰোধী শ্লোগান লিখি গ্ৰেপ্তাৰ হ’ল চিত্ৰশিল্পী নীলিম মহন্ত

নদী বান্ধৰ সমৰ্থনত অংকন কৰা ছবিখনৰ তলত নদী বান্ধ বিৰোধী শ্লোগান লিখিছিল নীলিম মহন্তই। সেই অপৰাধতে গ্ৰেপ্তাৰ হয় শিল্পীজন

নদী বান্ধৰ বিৰোধী শ্লোগান লিখি গ্ৰেপ্তাৰ হ’ল চিত্ৰশিল্পী নীলিম মহন্ত।

নদী বান্ধৰ বিৰোধী শ্লোগান লিখি গ্ৰেপ্তাৰ হ'ল চিত্ৰশিল্পী নীলিম মহন্ত

নদী বান্ধৰ সমৰ্থনত অংকন কৰা ছবিখনৰ তলত নদী বান্ধ বিৰোধী শ্লোগান লিখিছিল নীলিম মহন্তই। সেই অপৰাধতে গ্ৰেপ্তাৰ হয় শিল্পীজন।

নদী বান্ধৰ বিৰোধী শ্লোগান লিখি গ্ৰেপ্তাৰ হ'ল চিত্ৰশিল্পী নীলিম মহন্ত

অৰুণাচল প্ৰদেশৰ ৫০ বছৰ পূৰ্তি স্মৰণীয় দেৱালত NO MORE DAMs লিখাৰ অভিযোগ উত্থাপন হৈছে নীলিম মহন্তৰ বিৰুদ্ধে।

নদী বান্ধৰ বিৰোধী শ্লোগান লিখি গ্ৰেপ্তাৰ হ'ল চিত্ৰশিল্পী নীলিম মহন্ত
অৰুণাচল আৰক্ষীয়ে অসম আৰক্ষীৰ সহযোগত লখিমপুৰৰ নিজ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে শিল্পী জনক।

নদী বান্ধৰ বিৰোধী শ্লোগান লিখি গ্ৰেপ্তাৰ হ'ল চিত্ৰশিল্পী নীলিম মহন্ত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 − two =

Back to top button