অসমৰাজনৈতিক

অসম জাতীয় পৰিষদত ধুমুহা, ইজনৰ পিছত সিজন নেতাৰ পদত্যাগে লৰাইছে অজাপৰ ভেটি…

উল্লেখ্য যে, বিধানসভা নিৰ্বাচনত ধেমাজিৰ অজাপ প্ৰাৰ্থী আছিল চিত্তৰঞ্জন বসুমতাৰী। লগতে মাজুলীৰ উপ-নিৰ্বাচনৰ অজাপ প্ৰাৰ্থীগৰাকীয়ে ভূৱন গামৰ বিৰুদ্ধে নিৰ্বাচনত থিয় হৈ বিজেপিৰ প্ৰাৰ্থীৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈছিল।

অসম জাতীয় পৰিষদ দলত মোক্ষম আঘাত। AJPৰ পৰা পদত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ। শুকুৰবাৰে, আনুষ্ঠানিকভাৱে অজাপৰ পৰা পদত্যাগ কৰে নেতাগৰাকীয়ে।

ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে পদত্যাগৰ কথা জনায় নেতাগৰাকীয়ে। ‘মই এতিয়া ৰাজনীতিকভাৱে মুক্ত’ বুলি পোষ্ট চিত্তৰঞ্জনৰ।

উল্লেখ্য যে, বিধানসভা নিৰ্বাচনত ধেমাজিৰ অজাপ প্ৰাৰ্থী আছিল চিত্তৰঞ্জন বসুমতাৰী। লগতে মাজুলীৰ উপ-নিৰ্বাচনৰ অজাপ প্ৰাৰ্থীগৰাকীয়ে ভূৱন গামৰ বিৰুদ্ধে নিৰ্বাচনত থিয় হৈ বিজেপিৰ প্ৰাৰ্থীৰ হাতত শোচনীয়ভাৱে পৰাস্ত হৈছিল।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.