leatest updateঅসমচাকৰি

লাখ লাখ নিবনুৱালৈ হতাশজনক খবৰ। হ্ৰাস পাব ৰাজ্য প্ৰশাসনৰ কেইবাটাও পদ।

২০ জুলাইত প্ৰকাশ হোৱা নিৰ্দেশনাত এই তথ্য সদৰী।

লাখ লাখ নিবনুৱালৈ হতাশজনক খবৰ। ১ লাখ নিযুক্তিৰ মাজতে আহিছে হতাশ খবৰ। হ্ৰাস পাব ৰাজ্য প্ৰশাসনৰ ৫০% পদ। ই-অফিচ কাৰ্যকৰীৰ পিছতে ৫০% পদ কৰ্তনৰ সিদ্ধান্ত। অপ্ৰয়োজীয় পদ বিলুপ্ত কৰিবলৈ প্ৰতিটো বিভাগলৈ জাননী।

উল্লেখ্য যে, ২০ জুলাইত প্ৰকাশ হোৱা নিৰ্দেশনাত এই তথ্য সদৰী। বিলুপ্ত হ’ব ৪ৰ্থ বৰ্গৰ কম্পিউটাৰ অপাৰেটৰ আৰু ৩য় বৰ্গৰো বহু পদ। প্ৰয়োজনহীন হৈ পৰিব সচিবালয়ৰ ৰণিঅ’ শাখাৰ পদো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.