Covid-19অসম

ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি ক’ভিডৰ সংক্ৰমণ, এদিনতে আক্ৰান্ত ৬ হাজাৰৰ অধিক লোক

২৪ ঘণ্টাত ৰাজ্যত ক’ৰোনাত মৃত্যু ১১ জনৰ

⚫ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি ক’ভিডৰ সংক্ৰমণ

⚫সোমবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্ত ৬৯৮২ জন

⚫কামৰূপ (ম)ত সৰ্বাধিক আক্ৰান্ত ১৪৯১ জন

⚫২৪ ঘণ্টাত ৰাজ্যত ক’ৰোনাত মৃত্যু ১১ জনৰ

⚫সোমবাৰে সম্পন্ন হয় ৬৪,৯১৯ জনৰ ক’ভিড পৰীক্ষা

⚫সংক্ৰমণৰ হাৰ ১০.৭৫ শতাংশলৈ বৃদ্ধি

⚫ৰাজ্যত আৰোগ্যৰ হাৰ ৯৫.১৮ শতাংশ

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.