অসমভাৰতৰাজনৈতিক

দলীয় দায়িত্বৰ পৰা অব্যাহতি বিচাৰিলে ৩ কংগ্ৰেছ কৰ্মীয়ে

ভূপেন বৰাৰ ওপৰত অসন্তুষ্ট কাৰ্যকৰী সভাপতি

কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দলৰ জটিল ৰূপ ধাৰণ

প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চ’ৰাত আৰম্ভ মুকলি বিদ্ৰোহ

দলীয় দায়িত্বৰ পৰা অব্যাহতি বিচাৰিলে ৩ কংগ্ৰেছ কৰ্মীৰ

কাৰ্যকৰী সভাপতি পদ ত্যাগ কমলাক্ষ দে’ পুৰকায়স্থৰ

ভূপেন বৰাৰ ওপৰত অসন্তুষ্ট কাৰ্যকৰী সভাপতি

শিলচৰ জিলা কংগ্ৰেছৰ সভাপতি নিযুক্তিক লৈ অসন্তুষ্ট

AICCৰ সদস্য পদ ত্যাগ মিছবাউল ইছলাম লস্কৰৰ

APCCৰ সদস্য পদৰ পৰা অব্যাহতি খলিল উদ্দিন মজুমদাৰৰ

APCCৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ

সভাপতি ভূপেন বৰাই গ্ৰহণ কৰা নাই পদত্যাগ পত্ৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.