অসমখেলগুৱাহাটীদৈনিক বাতৰিভাৰত

আজি বৰ্ষাপাৰাত ৰিয়ান পৰাগৰ বাবে হ’ব অগ্নিপৰীক্ষা!

আজি ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব দিল্লী কেপিটেলছৰে

আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব IPLৰ দ্বিতীয়খন মহাৰণ। ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব দিল্লী কেপিটেলছৰে। উল্লেখ্য যে প্ৰথমখন খেলত পৰাজিত হোৱা ৰাজস্থান ৰয়েলছৰ বাবে আজিৰ খেলখন হ’ব বিশেষ গুৰুত্বপূৰ্ণ। লগতে অসম সন্তান ৰিয়ান পৰাগৰ বাবেও হ’ব অগ্নিপৰীক্ষা। খেলৰ পূৰ্বে শুকুৰবাৰে হোটেল ৰেডিচন ব্লুত সংবাদমেল সম্বোধন ২ দলৰ প্ৰশিক্ষকৰ। বিয়লি ৩.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব এই মেচ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.