অসম

পহিলা জানুৱাৰীৰ দিনাই সাংবাদিকক সম্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নতুন বছৰত সাংবাদিকৰ সৈতেও মত বিনিময় কৰিব মুখ্যমন্ত্ৰীয়ে

⚫আজি বছৰটোৰ প্ৰথমখন ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

⚫কইনাধৰাত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট

⚫বৈঠকত লোৱা হ’ব কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

⚫নতুন বছৰত সাংবাদিকৰ সৈতেও মত বিনিময় কৰিব মুখ্যমন্ত্ৰীয়ে

⚫কইনাধৰাত চৰকাৰী অতিথিশালাত মুখ্যমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 7 =

Check Also
Close
Back to top button