AssamCity newsঅপৰাধঅসমঅসম আৰক্ষীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

বিশ্বনাথৰ দিৰিং নৈত সন্ধানহীন এজন যুৱক, এতিয়ালৈ SDRF বাহিনী উপস্থিত হোৱা নাই……

বিশ্বনাথৰ দিৰিং নৈত সন্ধানহীন এজন যুৱক

সন্ধানহীন যুৱকক বিচাৰি ৰাইজৰ অভিযান

ঘটনাস্থলীত উপস্থিত হোৱা নাই SDRFৰ লোক

অৰুণাচল পাহাৰৰ পৰা নামি অহা ঢলে বৃদ্ধি কৰিছিল জলস্তৰ

উল্লেখ্য যে নিশা দিৰিং নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে দিবঙ চবৰ নামৰ এজন যুৱকক ৷এই ঘটনা সন্দৰ্ভত পুৱাই পৰিয়ালৰ লোকে বালিচাং আৰক্ষী চকীত অৱগত কৰে। ইতিমধ্যে সন্ধানহীন দিবঙক বিচাৰি দিৰিং নৈত স্থানীয় ৰাইজে চলাইছে অভিযান।সন্ধানহীন দিবঙৰ ঘৰ দিৰিং চাহ বাগিছাৰ ৪ নং লাইনত।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.