Socialঅপৰাধ

আৰিয়ান খানৰ জামিন খাৰিজ! মাতৃৰ জন্মদিনতো ঘৰলৈ যাব নোৱাৰিলে আৰিয়ান…

কিন্তু ১৪ দিনৰ বাবে আৰিয়ানক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে আদালতে। তাৰ পিছতে আৰিয়ানৰ অধিবক্তা সতীশ মানশিন্দেই অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন জনায়।

মাতৃৰ জন্মদিনতো ঘৰলৈ যাবলৈ সুযোগ নাপালে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে। আজি আৰিয়ানৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি আছিল।

কিন্তু আবেদন নাকচ কৰে আদালতে। কেৱল আৰিয়ানেই নহয়, তেওঁৰ সংগী মুনমুন ধামেচা আৰু আৰবাজ মাৰ্চেণ্টৰো জামিনৰ আবেদন মঞ্জুৰ নকৰিলে আদালতে।

৭ অক্টোবৰ পৰ্যন্ত আৰিয়ানক এনচিবিৰ জিম্মাত থকাৰ নিৰ্দেশ দিছিল আদালতে। কিন্তু ১৪ দিনৰ বাবে আৰিয়ানক ন্যায়িক জিম্মালৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে আদালতে। তাৰ পিছতে আৰিয়ানৰ অধিবক্তা সতীশ মানশিন্দেই অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন জনায়। কিন্তু সেই আবেদনো খাৰিজ কৰে আদালতে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.