আন্তঃৰাষ্ট্ৰীয়আফগানিস্তান

আফগানিস্তানত আত্মঘাতী বোমাৰুৰ আক্ৰমণ, নামাজ পঢ়ি থাকোতেই মৃত্যু শতাধিক লোকৰ…

 শুকুৰবাৰে নামাজ পঢ়ি থাকোতেই কুন্দুজৰ এটা মস্কোত আত্মঘাতী বোমাৰুৱে এই বিস্ফোৰণ ঘটায়।

আফগানিস্তানত সংঘটিত হৈছে ভয়ংকৰ বোমা বিস্ফোৰণ। শুকুৰবাৰে সংঘটিত হোৱা বিস্ফোৰণত নিহত শতাধিক লোক।

এই ঘটনা সংঘটিত হৈছে আফগানিস্তানৰ কুন্দুজত।  শুকুৰবাৰে নামাজ পঢ়ি থাকোতেই কুন্দুজৰ এটা মস্কোত আত্মঘাতী বোমাৰুৱে এই বিস্ফোৰণ ঘটায়।

ঘটনাত ISIS সন্ত্রাসবাদী জড়িত থকাৰ সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, আফগানিস্তান এৰি আমেৰিকাৰ সৈন্য যোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আত্মঘাতী বোমাৰুৱে আক্ৰমণ সংঘটিত কৰিছে আফগানিস্তানত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.