AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

উচ্চতম ন্যায়ালয়ৰ শৰণাপন্ন অৰবিন্দ কেজৰিৱাল, ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মাত থাকিব কেজৰিৱাল……

উচ্চ ন্যায়ালয়ে সকাহ নিদিয়াত সৰ্বোচ্চ ন্যায়ালয়ত কেজৰিৱাল.....

উচ্চতম ন্যায়ালয়ৰ শৰণাপন্ন অৰবিন্দ কেজৰিৱাল

EDৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান সৰ্বোচ্চ ন্যায়ালয়ত

উচ্চ ন্যায়ালয়ে সকাহ নিদিয়াত সৰ্বোচ্চ ন্যায়ালয়ত কেজৰিৱাল

মঙলবাৰে কেজৰিৱালৰ আবেদন অগ্ৰাহ্য কৰিছিল উচ্চ ন্যায়ালয়ে

সম্প্ৰতি ন্যায়িক জিম্মাত আছে দিল্লীৰ মুখ্যমন্ত্ৰী

১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মাত থাকিব কেজৰিৱাল

নিম্ন আদালততো দ্বিতীয়বাৰ মুখথেকেচা কেজৰিৱালৰ

অধিবক্তাক সাক্ষাৎ কৰাৰ অতিৰিক্ত সময় নিদিলে কেজৰিৱালক

কেজৰিৱালে বিচাৰিছিল সপ্তাহত ৫ বাৰ সাক্ষাতৰ অনুমতি

নিম্ন আদালতে দিলে সপ্তাহত দুবাৰ অধিবক্তাক সাক্ষাতৰ অনুমতি

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.