অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

মণিপুৰত সেনা-আৰক্ষীৰ বৃহৎ অভিযান, সেনা-আৰক্ষীৰ গুলীত ৪০টাকৈ উগ্ৰপন্থীৰ মৃত্যু

অগ্নিগৰ্ভ মণিপুৰত সেনা-আৰক্ষীৰ বৃহৎ অভিযান

সেনা-আৰক্ষীৰ গুলীত ৪০টাকৈ উগ্ৰপন্থীৰ মৃত্যু

প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী এন বিৰেন সিঙে

উগ্ৰপন্থীয়ে ব্যৱহাৰ কৰিছে M16, AK47 ৰাইফল

ৰাজ্যখনৰ পৰিস্থিতি অধিক অৱনতিৰ দিশে

মণিপুৰত বাহৰ পাতিছে সেনাপ্ৰধান মনোজ পাণ্ডেই

কাইলৈ মণিপুৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কুকী, মেইটে জনগোষ্ঠীক শান্তি বজাই ৰখাৰ আহ্বান শ্বাহৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.