অসমদুৰ্ঘটনা

মহানগৰীৰ উলুবাৰীৰ উৰণীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত এজন

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হাস্পতালত ভৰ্তি কৰায় চালকজনক

⚫উলুবাৰীৰ উৰণীয়া সেতুৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা

⚫ৱেগনৰ আৰু পানী কঢ়িওৱা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ

⚫গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পানী কঢ়িওৱা বাহনখনৰ চালক

⚫ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হাস্পতালত ভৰ্তি কৰায় চালকজনক

⚫ইফালে ঘটনা সংঘটিত কৰি পলায়ন ৱেগনৰৰ চালকৰ

⚫আনহাতে দুৰ্ঘটনাৰ ফলত তীব্র যান-জঁটৰ সৃষ্টি হয় উৰণীয়া সেতুত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + eleven =

Back to top button