Asian gamesInternationalখেলবিশ্ব

এছিয়ান গেমছত ভাৰতৰ ধাৰাবাহিক অগ্ৰগতি, এই পৰ্যন্ত ১৩টা সোণ, ২৪টা ৰূপ, ২৫টা ব্ৰঞ্জ ভাৰতলৈ..

এছিয়ান গেমছত ভাৰতৰ ধাৰাবাহিক অগ্ৰগতি, এই পৰ্যন্ত ১৩টা সোণ, ২৪টা ৰূপ, ২৫টা ব্ৰঞ্জ ভাৰতলৈ

এছিয়ান গেমছত ভাৰতৰ ধাৰাবাহিক অগ্ৰগতি

এছিয়ান গেমছৰ দশম দিনতো ভাৰতৰ পদক দখল

১ হাজাৰ মিটাৰ ডাবলছ কেনত ব্ৰঞ্জ দখল ভাৰতৰ

অৰ্জুন সিং, সুনীল সিঙে দখল কৰিলে ব্ৰঞ্জ

মহিলাৰ ৮০০ মিঃ বেইন্সৰ ফাইনেলত অগ্ৰগতি

ফাইনেলত প্ৰৱেশ কুমাৰী চন্দা, হৰমিলানৰ

পুৰুষৰ ৪×৪০০ মিটাৰ ৰিলেত ছেমিত প্ৰৱেশ ভাৰতৰ

মহিলাৰ হকীত ভাৰতৰ চমকপ্ৰদ প্ৰদৰ্শন

মহিলাৰ হকীত ছেমিফাইনেললৈ অগ্ৰগতি ভাৰতৰ

ভাৰত-নেপালৰ ক্ৰিকেটত ভাৰতৰ বৃহৎ জয়

২৩ ৰানৰ ব্যৱধানত নেপালক হেৰুৱালে ভাৰতে

আৰ্চাৰীৰ ব্যক্তিগত শাখাত ৰূপৰ পদক নিশ্চিত জ্যোতি সুলেখাৰ

এই পৰ্যন্ত ১৩টা সোণ, ২৪টা ৰূপ, ২৫টা ব্ৰঞ্জ ভাৰতলৈ

৬১টা পদকেৰে পদক তালিকাৰ চতুৰ্থ স্থানত ভাৰত

বেডমিণ্টনত ইণ্ডোনেছিয়াৰ হাতত পৰাস্ত অস্মিতা চলিহা

আৰ্চাৰীৰ ফাইনেলত প্ৰৱেশ ওজাছ প্ৰবীন, অভিষেক

জয়ৰ ধাৰা অব্যাহত ৰাখি বেডমিণ্টনৰ প্ৰি-কোৱাৰ্টাৰত সিন্ধু প্ৰণয়

বক্সিঙৰ ৫৪ কেজিত ব্ৰঞ্জৰ পদক দখল প্ৰীতি পাৱাৰৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button