AssamCMO AssamCovid-19leatest updatenationalঅসমকেৰালাদৈনিক বাতৰিভাৰত

দেশত পুনৰ ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ, বিগত ২৪ ঘণ্টাত ৬৪০জন লোক নতুনকৈ আক্ৰান্ত….

দেশত পুনৰ ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ, বিগত ২৪ ঘণ্টাত ৬৪০জন লোক নতুনকৈ আক্ৰান্ত....

দেশত পুনৰ ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ

বিগত ২৪ ঘণ্টাত ৬৪০জন লোক নতুনকৈ আক্ৰান্ত

৫২ শতাংশ হাৰত বাঢ়িছে ক’ভিডৰ সংক্ৰমণ

এইপৰ্যন্ত ৩,৪২০জন ক’ভিড আক্ৰান্ত দেশত

সৰ্বাধিক আক্ৰান্ত ৰাজ্য কেৰালা আৰু কৰ্ণাটক

কেৰালাত ক’ভিডত প্ৰাণ হেৰুৱাইছে এজন লোকে

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই তথ্য

অসমতো এজন ৰোগী ক’ভিডত আক্ৰান্ত

আতংকিত নহ’বলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ বিজ্ঞানীৰ আহ্বান

নতুন ভেৰিয়েণ্ট এতিয়াও উদ্বিগ্নতাৰ কাৰণ নহয়

উল্লেখ কৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী ডঃ সৌম স্বামীনাথনে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.