AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যবাসীৰ বাবে দুঃখবৰ! ৰন্ধন গেছৰ নাটনিয়ে দেখা দিব পাৰে ৰাজ্যত, অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহণ সেৱা….

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যবাসীৰ বাবে দুঃখবৰ

ৰন্ধন গেছৰ নাটনিয়ে দেখা দিব পাৰে ৰাজ্যত

অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহণ সেৱা

বন্ধ থাকিব উত্তৰ-পূবৰ ৭টাকৈ গেছ প্ৰকল্পৰ পৰিবহণ সেৱা

বন্ধ থাকিব উত্তৰ গুৱাহাটী, সৰপাৰা, মিৰ্জা, গোপানাৰি, তিনিচুকীয়া

বঙাইগাঁও, ডিমাপুৰ, শিলচৰ, দুলীয়াজান বটলিং প্লাণ্টৰ পৰিবহণ সেৱা

ভিন্ন অজুহাতেৰে IOCL কৰ্তৃপক্ষই ট্ৰান্সপৰ্টাৰসকলক প্ৰৱঞ্চনাৰ প্ৰতিবাদ

বন্ধৰ ফলত বটলিং প্লাণ্টত আবদ্ধ হৈ পৰিব সহস্ৰাধিক গেছ কঢ়িওৱা বাহন

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.