ধৰ্মীয়

আজানৰ শব্দত নহয়, হনুমান চালিশাৰেহে আৰম্ভ হ’ব দিন!

এতিয়াৰ পৰা বাৰানসীত আজানৰ লগতে হনুমান চালিশাৰ পাঠো লাউডস্পীকাৰতে হ'ব

মহাৰাষ্ট্ৰত আৰম্ভ হোৱা লাউডস্পীকাৰ বিবাদ এতিয়া লাহে-লাহে পালেহি বাৰানসী। মহাদেৱৰ চহৰ কাশীতো এতিয়া বহুতেই বিৰোধ কৰিবলৈ আৰম্ভ কৰিছে আজানৰ।

 

বৃহস্পতিবাৰে, হিন্দু সম্প্ৰদায়ৰ একাংশ লোকে ঘৰৰ ছাদৰ ওপৰত লাউডস্পীকাৰ লগাই হনুমান চালিশা পাঠ কৰে। আজানৰ তীব্ৰ শব্দত অশান্তি পাই কিছু সংখ্যক লোকে ঘৰতে হনুমান চালিশা পাঠৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লয়। এতিয়াৰ পৰা বাৰানসীত আজানৰ লগতে হনুমান চালিশাৰ পাঠো লাউডস্পীকাৰতে হ’ব। বাৰানসীত পুৱা উঠিয়েই হিন্দু লোকে পাঠ কৰিব হনুমান চালিশা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.