Assamassam policeCity newsCrimenationalpoliticalঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

তেজপুৰত গ্ৰেপ্তাৰ এগৰাকী প’লিং বিষয়া, পোষ্টেল বেলটত ভোট দি ম’বাইলেৰে তুলিছিল ফটো……

তেজপুৰত গ্ৰেপ্তাৰ এগৰাকী প’লিং বিষয়া

পোষ্টেল বেলটত ভোট দি ম’বাইলেৰে তুলিছিল ফটো

দৰং কলেজৰ ভোটকেন্দ্ৰত এই ঘটনা

প’লিং বিষয়াগৰাকী কামাল উদ্দিন

শোণিতপুৰৰ পলিটেকনিকৰ কৰ্মচাৰী কামাল উদ্দিন

বৰ্তমানেও কামাল উদ্দিনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 6 =

Back to top button