Assamassam policeCMO AssamElectionGovernment SchemenationalpoliticalRegionalঅসমঅসম আৰক্ষীআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰিৰাজনৈতিক

বিকল EVM

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত অথন্তৰ

আজি ৰাজ্যৰ ৫ সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত ।  ৮৬ লাখ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩৫ প্ৰাৰ্থীৰ । ডিব্ৰুগড়, যোৰহাট, কাজিৰঙা, লখিমপুৰ, শোণিতপুৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া । ৰাজ্যৰ ভিন্ন প্ৰান্তত বিকল EVM । বোকাখাতৰ বালিজান ME স্কুলৰ ২নং খণ্ড ভোটকেন্দ্ৰত ২ বাৰকৈ বিকল EVM । লখিমপুৰৰ মইনাপাৰা নিম্ন বুনিয়াদী বিদ্যালয়ৰ ভোটকেন্দ্ৰত বিকল EVM । মাজুলী ৩৭নং যোৰবিলা বণিয়া প্ৰাথমিক বিদ্যালয়ত EVM বিকল । বাঁহপাৰা এল পি স্কুলৰ ৬১নং ভোটেকন্দ্ৰতো বিকল EVM । নুমলীগড়ৰ ধলাককছাৰী প্ৰাথমিক বিদ্যালয় ১৩১নং ভোটকেন্দ্ৰত বিকল EVM । শদিয়াতো বিকল ২টাকৈ EVM । জোনাইৰ ৪নং, ৪৪নং, ৬৭নং ভোটকেন্দ্ৰত বিকল EVM ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + twenty =

Back to top button