অপৰাধঅসমঅসম আৰক্ষী

ৰাজ্যত পুনৰ এনকাউণ্টাৰ, এইবাৰ গুলীবিদ্ধ ড্ৰাগছ মাফিয়া শিৱা ভূঞা

ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িতৰ অভিযোগত শুকুৰবাৰে আৰক্ষীয়ে আটক কৰিছিল শিৱা ভূঞাক।

পুনৰ এনকাউণ্টাৰত কঁপিছে অসম। এইবাৰৰ এনকাউণ্টাৰৰ স্থান হৈছে বিশ্বনাথ। অসম আৰক্ষীৰ গুলীত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া।

এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ পেটেলিবাৰীৰ সমীপত। ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িতৰ অভিযোগত শুকুৰবাৰে আৰক্ষীয়ে আটক কৰিছিল শিৱা ভূঞাক।

কিন্তু ড্ৰাগছ মাফিয়া শিৱা ভূঞাই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই গুলীয়াবলৈ উদ্যত হয় আৰক্ষী। গুলীবিদ্ধ ভূঞাক বৰ্তমান উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে তেজপুৰ মেডিকেল কলেজ হাস্পতাল(TMCH)লৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.