অসম

BREAKING NEWS: আলফা(স্বা)ত যোগদান দুই অসম আৰক্ষীৰ জোৱানৰ

পিংকু মৰাণ নামৰ যুৱকজনৰ ঘৰ তিনিচুকীয়া জিলাৰ তালাপ তামুলি গাঁৱত৷ আটাইকেইজন ইতিমধ্যে ম্যানমাৰত আলফাৰ শিবিৰত গৈ উপস্থিত হৈছেগৈ৷

অসম আৰক্ষীত মোক্ষম আঘাত। আলফা স্বাধীনৰ প্ৰতি ব্যাপক সঁহাৰি যুৱকৰ৷ উজনি অসমত অব্যাহত আছে আলফা(স্বা)ৰ সদস্য ভৰ্তি অভিযান। পুনৰ আলফাত যোগদান তিনি যুৱকৰ৷ ইয়াৰে দুজন হৈছে আৰক্ষীৰ জোৱান।

কৌশিক গোহাঁই নামৰ যুৱকজনৰ ঘৰ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ গৃহভূমি জেৰাই গাঁৱত৷ কৌশিক গোহাঁই মাকুম আৰক্ষী থানাত কৰ্মৰত ৷ আনহাতে, সোনাৰিৰ চৰাইদেও জিলাৰ সাপেখাটিৰ নিমল ফুকন নামৰ যুৱকজন শিলচৰত আৰক্ষী জোৱান হিচাপে কৰ্মৰত ৷

পিংকু মৰাণ নামৰ যুৱকজনৰ ঘৰ তিনিচুকীয়া জিলাৰ তালাপ তামুলি গাঁৱত৷ আটাইকেইজন ইতিমধ্যে ম্যানমাৰত আলফাৰ শিবিৰত গৈ উপস্থিত হৈছেগৈ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 5 =

Check Also
Close
Back to top button