অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

বোকাজানৰ জপৰাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু এজন যুৱকৰ

বোকাজানৰ জপৰাজানত ভয়ংকৰ পথ দুৰ্ঘটনা

অচিনাক্ত বাহনে খুন্দিয়ালে এজন লোকক

দুৰ্ঘটনাত নিহত লোকজনৰ নাম সঞ্জয় লাকৰা

দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাহন চালকৰ

দুৰ্ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হৈ নিহত লোকজনক ততাটিয়াকৈ বোকাজান সামূহিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + seven =

Back to top button