বিশ্বমনোৰঞ্জন

প্ৰেমৰ সপ্তাহৰ আজি প্ৰথমটো দিন! কি কৰা হয় আজিৰ দিনটোত?

ফেব্ৰুৱাৰী মাহ বুলিলে প্ৰেমৰ মাহ। আজিৰে পৰা আৰম্ভ হৈছে প্ৰেমৰ সপ্তাহৰ৷

ফেব্ৰুৱাৰী মাহ বুলিলে প্ৰেমৰ মাহ। আজিৰে পৰা আৰম্ভ হৈছে প্ৰেমৰ সপ্তাহৰ৷

৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে পালন কৰা হ’ব ভেলেণ্টাইন সপ্তাহ। এই সপ্তাহৰ প্ৰতিটো দিনৰে আছে বিশেষ মাদকতা৷

আজি ৰ’জ ডে’। আজিৰ এই দিনটোত প্ৰেমিক-প্ৰেমিকাই প্ৰেম আৰু আনন্দেৰে উদযাপন কৰে।

গোলাপ দিৱসৰ দিনা ভগৱানে সম্পৰ্কবোৰ পৃথিৱীৰ আটাইতকৈ মূল্যৱান গোলাপতকৈ অধিক সুন্দৰ কৰি তুলিব বুলি গোলাপৰ বিনিময় কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.