Social

নিষিদ্ধ হ’ল ফটকা, এইবাৰ দেৱালীত ফুটাব নোৱাৰিব ফটকা, আতচবাজী

বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখিয়েই হাৰিয়ানা চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ।

সমাগত পোহৰৰ উৎসৱ দেৱালী। প্ৰত্যেক বছৰৰ দৰে এইবাৰ দেৱালীত ফুটাব নোৱাৰিব ফটকা। এইবাৰ পৃথকভাৱে উদযাপন কৰিব লাগিব দেৱালী।

কিয়নো হাৰিয়ানা চৰকাৰে নিষিদ্ধ কৰিলে আতচবাজীৰ বিক্ৰী আৰু ব্যৱহাৰ। নতুন দিল্লীৰ সীমান্তত থকা ১৪ খন জিলাত দেৱালীত ফুটাব নোৱাৰিব ফটকা।

বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখিয়েই হাৰিয়ানা চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ।

উল্লেখ্য যে, এইবাৰ দেৱালীত নিশা ৮ বজাৰ পৰা ১০ বজালৈকে আতচবাজী জ্বলোৱাৰ নিৰ্দেশ দিছে চৰকাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.