Covid-19Educationঅসম

১ ছেপ্টেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান!

শিক্ষা বিভাগৰ নতুন SOP

১ ছেপ্টেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠান। ৩০-৩১ আগষ্টৰ ভিতৰত প্রকাশ পাব শিক্ষা বিভাগৰ নতুন SOP।

শিক্ষানুষ্ঠানৰ লগত জড়িত ব্যক্তিৰ টিকাকৰণত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব।

আৰম্ভ হ’ব মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পাঠদান। শিক্ষানুষ্ঠানৰ বাবে বিশেষ ভেকচিন কেম্পৰ ব্যৱস্থা কৰা হ’ব। ১৮ বছৰৰ ঊৰ্ধৰ সকলো শিক্ষাৰ্থীকে প্রদান কৰা হ’ব ভেকচিন।

সকলো শিক্ষাৰ্থীয়ে প্ৰথমটো ভেকচিন লোৱাটো বাধ্যতামূলক। মহাবিদ্যালয়ৰ ছাত্রাৱাসসমূহো খোলাৰ ব্যৱস্থা কৰা হ’ব।

হোষ্টেলৰ আবাসিসকলেও দুটা ড’জ লোৱাতো বাধ্যতামূলক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.