ৰাষ্ট্ৰীয় সুৰক্ষা

ন্যায়ালয়ৰ অদ্ভুত ৰায়, বিবাহিত পত্নীৰ ইচ্ছাৰ বিপৰীতে স্বামীয়ে কৰিব পাৰে যৌন সম্ভোগ?

ছত্তীশগড় উচ্চ ন্যায়ালয়ে বৈবাহিক ধৰ্ষণৰ অভিযোগত অভিযুক্ত ব্যক্তিক অব্যাহতি দিয়ে

ন্যায়ালয়ৰ অদ্ভুত ৰায়।

ছত্তীশগড় উচ্চ ন্যায়ালয়ে বৈবাহিক ধৰ্ষণৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিক অব্যাহতি দিয়ে আৰু কয় যে, এজন স্বামীয়ে তেওঁৰ আইনীভাৱে বিবাহিত পত্নীৰ সৈতে যৌন সম্ভোগ কৰাটো ধৰ্ষণ নহয়। সেইয়া বলপূৰ্বক অথবা পত্নীৰ ইচ্ছাৰ বিপৰীতেই নহওক কিয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.